অর্থ : স্পেইনৰ লোকৰ ভাষা
উদাহরণ :
ৰণবীৰে ইংৰাজী, স্পেনিছ আৰু ফ্রেন্স ভাষা কʼব পাৰে
সমার্থক : স্পেনিছ ভাষা
অর্থ : স্পেইনৰ অধিবাসী
উদাহরণ :
তেওঁ এজন স্পেনিছৰ লগত ্দুর্ব্যৱহাৰ কৰিলে
সমার্থক : স্পেইনবাসী, স্পেইনী