পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্তম্ভ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্তম্ভ   বিশেষ্য

অর্থ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন

উদাহরণ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল

সমার্থক : খুটা, পিলাৰ, স্থানু

অর্থ : ডাঙৰ, উচ্চ আৰু বহুত ডাঙৰ অট্টালিকা

উদাহরণ : ডাঙৰ চহৰতহে স্তম্ভ দেখিবলৈ পোৱা যায়

অর্থ : যিজন ব্যক্তিৰ কথা-বতৰা, তথ্য আদি কোনো সংস্থাৰ কার্য নি্র্ধাৰণৰ আধাৰ স্বৰূপ হয়

উদাহরণ : মোৰ শিক্ষাগুৰু এই মহাবিদ্যালয়ৰ এক স্তম্ভ স্বৰূপ

অর্থ : বাতৰি কাকতৰ পৃষ্ঠা, গ্রন্থ আদিৰ লিখনিৰ ঠিয় বিভাগ যʼত ওপৰৰ পৰা তললৈ কোনো বিশেষ কথা, সংখ্যা আদি থাকে

উদাহরণ : আপুনি কোনটো স্তম্ভ পঢ়ি আছে

অর্থ : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি

উদাহরণ : মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ

সমার্থক : মিনাৰ