অর্থ : সিংহল দ্বীপৰ অধিবাসী
উদাহরণ :
সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
সমার্থক : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
অর্থ : সিংহল দ্বীপৰ ভাষা
উদাহরণ :
শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
অর্থ : পালি, সিংহলী আদি ভাষা লিখা লিপি
উদাহরণ :
তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
সমার্থক : সিংহলী লিপি
অর্থ : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
সমার্থক : শ্রীলংকান
অর্থ : সিংহল দ্বীপত থকা
উদাহরণ :
বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
অর্থ : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
উদাহরণ :
মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ