অর্থ : যিটো সংকেতৰ ৰূপত আছে
উদাহরণ :
তেওঁলোক দুজনে সাংকেতিক ভাষাত কথা পাতি আছে
অর্থ : সংকেত দিয়া
উদাহরণ :
শিশুটোৱে দোকানত সাংকেতিক খেলনাটো লʼবৰ কাৰণে জিদ ধৰিছিল
সমার্থক : সংকেতপূর্ণ, সংকেতময়, সঙ্কেতপূর্ণ, সঙ্কেতময়, সাঙ্কেতিক