সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
উদাহরণ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
সমার্থক : আশংকা, শংকা, শঙ্কা, সংশয়
অর্থ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
উদাহরণ : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
সমার্থক : শংকা, শঙ্কা, সংশয়
অর্থ : বিশ্বাস নোহোৱা অৱস্থা বা ভাব
উদাহরণ : মানুহৰ প্রতি কৰা অবিশ্বাসেই ঔৰংজেৱৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ আছিল
সমার্থক : অপ্রতীতি, অপ্রত্যয়, অবিশ্বাস, বিশ্বাসহীনতা, সন্ধিগ্ধতা
ইনস্টল