পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শাস্তি দিয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শাস্তি দিয়া   ক্ৰিয়া

অর্থ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা

উদাহরণ : ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে

সমার্থক : কষ্ট দিয়া, যাতনা দিয়া

অর্থ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

উদাহরণ : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

সমার্থক : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া

অর্থ : অপৰাধীক ্ তেওঁৰ ্ অপৰাধৰ ফলস্বৰূপে দিয়া শাস্তি, ঘটোৱা আর্থিক হানি আদি কার্য

উদাহরণ : হত্যাৰ অপৰাধত ন্যায়াধীশে শ্যামক আজীৱন কাৰাদণ্ড দিলে

সমার্থক : দণ্ড দিয়া