বাৰিধি (বিশেষ্য)
পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
কুৰুৱা বতাহ (বিশেষ্য)
পূবৰ পৰা বৈ অহা বতাহ
অন্ধতমস (বিশেষ্য)
চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি
কৃতকার্য (বিশেষণ)
যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
পলকহীন (বিশেষণ)
এবাৰো পলক নমৰাকৈ
বীৰ (বিশেষ্য)
বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
বিষম সংখ্যা (বিশেষ্য)
যিটো সংখ্যা দুইৰে সমপূর্ণৰূপে বিভাজিত কৰিব পৰা নাযায়
লগ পোৱা (ক্ৰিয়া)
ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
আলিংগন (বিশেষ্য)
বাহুৰে আঁকোৱালি ডিঙি লগোৱা কার্য