সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কল্যাণ বা মংগল নথকা
উদাহরণ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
সমার্থক : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমঙ্গল
অর্থ : যিটো শুভ নহয়
উদাহরণ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
সমার্থক : অনিষ্ট, অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, অহিত, বিমঙ্গল
ইনস্টল