সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাক দৃঢ়তা বা প্রতিজ্ঞাপূর্বক কোনো কামক কৰাৰ বা নকৰাৰ বাবে কোৱা
উদাহরণ : ভীষ্মই সত্যৱতীক আজীৱন ব্রহ্মচাৰী হৈ থকাৰ বচন দিছিল
সমার্থক : কথা দিয়া, বচন দিয়া
অর্থ : কিবা কৰা বা নকৰা বিষয়ত নিশ্চিত কৰা
উদাহরণ : ভীষ্মই আজীৱন ্ ব্রহ্মচর্য ব্রত ্ পালন কৰিম বুলি প্রতিজ্ঞা কৰিছিল
সমার্থক : অংগীকাৰ কৰা, পণ কৰা, শপত লোৱা, সংকল্প লোৱা
ইনস্টল