সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তি অপৰাধী নহয়
উদাহরণ : পুলিচে অপৰাধীৰ ঠাইত নিৰপৰাধীক ধৰি হাজোতত থʼলে
অর্থ : যি অপৰাধী নহয়
উদাহরণ : কাশ্মীৰত সন্ত্রাসবাদীয়ে কিমান যে নির্দোষীলোকৰ প্রাণ লʼলে
সমার্থক : অনপৰাধী, অপৰাধহীন, নির্দোষী, নিৰপৰাধ
অর্থ : যি পাপ কৰা নাই
উদাহরণ : নিষ্পাপ ব্যক্তি ্স্বর্গৰ অধিকাৰী হয় বুলি মনা হয়
সমার্থক : নিষ্পাপ, পাপহীন, পাপৰহিত
ইনস্টল