অর্থ : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
উদাহরণ :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
সমার্থক : নির্মূল্্কাৰী
অর্থ : নিবাৰণ কৰা
উদাহরণ :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
সমার্থক : ৰোধক