অর্থ : কোনো বস্তুৰ আন কোনো বস্তু বা স্থান আদিত সহজে ওলাব নোৱাৰাকৈ সোমাই ধৰা
উদাহরণ :
উৰণাখন কাঁইটত জোঁট লাগি গʼল
অর্থ : যিটোত মেৰ-পেচত লাগিছে
উদাহরণ :
তেওঁ খেলি-মেলি লগা কামটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে
সমার্থক : আউল লগা, খেলি-মেলি লগা, জেং লগা