পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গুপ্ত দুৱাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গুপ্ত দুৱাৰ   বিশেষ্য

অর্থ : কাৰোবাৰ ঘৰৰ পিছৰফালে থকা গুপ্ত দুৱাৰ

উদাহরণ : পুলিচ অহাৰ খবৰ শুনিয়েই মনোহৰ গুপ্ত দুৱাৰেদি ওলায় গʼল

সমার্থক : পিছ দুৱাৰ

অর্থ : মহল আদিত সজা অসার্বজনিক দুৱাৰ, যাৰ বিষয়ে তাত থকা লোকহে জানে

উদাহরণ : শত্রুৱে গুপ্ত দুৱাৰৰ সম্ভেদ পালে আৰু সেই পথেৰে তেওঁলোকে মহলত প্রবেশ কৰিলে

সমার্থক : গুপ্ত দ্বাৰ, গোপন দর্জা, গোপন দুৱাৰ, গোপন দ্বাৰ