পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গুণা-গঁথ্া কৰি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গুণা-গঁথ্া কৰি   ক্ৰিয়া বিশেষণ

অর্থ : ভাব-চিন্তা বা বিচাৰ সহকাৰে

উদাহরণ : ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো

সমার্থক : গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি

অর্থ : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ

উদাহরণ : বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল

সমার্থক : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি