সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে আনন্দ প্রদান কৰে
উদাহরণ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
সমার্থক : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, সুখপ্রদ, ৰমণীয়
অর্থ : যিটো মনোৰঞ্জনেৰে ভৰা
উদাহরণ : এইখিনি বৰ মনোৰঞ্জক ঠাই
সমার্থক : আমোদ-প্রমোদপূর্ণ, আমোদজনক, মনোৰঞ্জক
ইনস্টল