সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
উদাহরণ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
সমার্থক : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
অর্থ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
উদাহরণ : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
সমার্থক : আইতা
অর্থ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
উদাহরণ : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন
সমার্থক : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ
অর্থ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
উদাহরণ : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
সমার্থক : বসন্ত ৰোগ, সৰুআই
ইনস্টল