সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো বুজিব নোৱাৰি
উদাহরণ : মুর্গী আগত আহিছিল নে কণী, ই এক অবুজ সাঁথৰ
অর্থ : যিটো বুজি পোৱা নাযায়
উদাহরণ : শিক্ষয়িত্রীয়ে নুবুজা পাঠটো পুনৰ পঢ়াব
সমার্থক : নুবুজা
অর্থ : যি বুজি পোৱা নাই
উদাহরণ : মই অবুজ ছাত্রবোৰক বুজাই বুজাই ভাগৰি গʼলো
ইনস্টল