অর্থ : একে ঠাইত স্থিৰ হৈ নথকা
উদাহরণ :
যোগেন্দ্র ইয়াত নিটিকে, তেওঁ এজন অস্থিৰ ব্যক্তি
অর্থ : এটা স্থিতিত নথকা বা যি কেতিয়াবা ইয়াত বা কেতিয়াবা তাত হয়
উদাহরণ :
কোনো কাম-কাজ নথকাৰ বাবে ৰমেশৰ স্থিতি অস্থিৰ হৈ পৰিল
অর্থ : যি শান্ত নহয়
উদাহরণ :
চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
সমার্থক : অশান্ত, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল, বিচলিত