পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অদত্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অদত্ত   বিশেষণ

অর্থ : যিটো দিয়া হোৱা নাই

উদাহরণ : তেওঁ অদত্ত সম্পত্তিবোৰৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব বিচাৰে

অর্থ : যিটো চিৰদিনৰ কাৰণে স্থায়ীৰূপত দিয়া হৈছে আৰু যাক পৰিশোধ কৰিব নালাগে

উদাহরণ : চৰকাৰে ভূমিহীন লোকসকলক অদত্ত ভূমি আবন্টিত কৰি আছে