অৱগুণ্ঠন (বিশেষ্য)
মূৰৰ ওপৰত আঁচল লৈ মুখ ঢকা কার্য
শিল্প (বিশেষ্য)
কলা-সম্বন্ধীয় সেই ্কর্ম ্যাৰ সম্পাদনৰ কাৰণে জ্ঞানৰ উপৰিও অতিৰিক্ত কৌশল আৰু অভ্যাসৰ আৱশ্যকতাৰ প্রয়োজন
গোলাপী ৰং (বিশেষ্য)
গোলাপ ফুলৰ নিচিনা এক ৰং
কুৰুৱা বতাহ (বিশেষ্য)
পূবৰ পৰা বৈ অহা বতাহ
চন্দ্র (বিশেষ্য)
পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
অগ্রিম মূল্য (বিশেষ্য)
কোনো কাম কৰাবলৈ বা কোনো বস্তু কিনিবলৈ নিশ্চিত বন্দোৱস্তৰ আগতে দিয়া পাৰিশ্রমিক, মূল্য আদিৰ অংশ
আর্ট (বিশেষ্য)
কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়
লেংটা (বিশেষণ)
যিটোৰ আৱৰণ নাই:নাঙঠ শিশুটোৱে মাটিত খেলি আছে
সৈন্যদল (বিশেষ্য)
যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
কলা (বিশেষ্য)
কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়