अर्थ : মিছা সাক্ষী দি্ওঁ্তাজন
							उदाहरणे : 
							মিথ্যাবাদী ব্যক্তিয়ে মিছাৰ আশ্রয়ত জীয়াই থাকে
							
अर्थ : যিয়ে মিছা কথা কয়
							उदाहरणे : 
							সৌজন মিছলীয়া লোক
							
समानार्थी : অসত্যবাদী, ফাকিবাজ, মিছলীয়া, মিছাকথীয়া, মিথ্যাচাৰী, মিথ্যাভাষী