अर्थ : যিটো দিয়া হোৱা নাই
							उदाहरणे : 
							তেওঁ অদত্ত সম্পত্তিবোৰৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব বিচাৰে
							
अर्थ : যিটো চিৰদিনৰ কাৰণে স্থায়ীৰূপত দিয়া হৈছে আৰু যাক পৰিশোধ কৰিব নালাগে
							उदाहरणे : 
							চৰকাৰে ভূমিহীন লোকসকলক অদত্ত ভূমি আবন্টিত কৰি আছে