അർത്ഥം : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
ഉദാഹരണം :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
പര്യായപദങ്ങൾ : বচা
അർത്ഥം : কোনো কথাৰ সূত্রপাত ঘটোৱা
ഉദാഹരണം :
বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
പര്യായപദങ്ങൾ : ৰোপন কৰা
അർത്ഥം : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
ഉദാഹരണം :
খেতিয়কে খেতিপথাৰত ধান ৰুইছে
പര്യായപദങ്ങൾ : ৰোপন কৰা