പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰৈ যোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰৈ যোৱা   ক্ৰিয়া

അർത്ഥം : বঞ্চিত হোৱা

ഉദാഹരണം : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল

പര്യായപദങ്ങൾ : থাকি যোৱা

അർത്ഥം : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা

ഉദാഹരണം : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল

പര്യായപദങ്ങൾ : থাকি যোৱা

അർത്ഥം : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ഉദാഹരണം : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

പര്യായപദങ്ങൾ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা

അർത്ഥം : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ഉദാഹരണം : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

പര്യായപദങ്ങൾ : এৰা, থামা, বন্ধ হোৱা, ৰোৱা

അർത്ഥം : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা

ഉദാഹരണം : পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল

പര്യായപദങ്ങൾ : বাদ পৰিল

അർത്ഥം : বাকী থাকি যোৱা

ഉദാഹരണം : ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল