അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সৰু কণা বিশেষ
ഉദാഹരണം : মোৰ চকুত বালিৰ কণা সোমাইছে
പര്യായപദങ്ങൾ : কণ, কণা, কণিকা
അർത്ഥം : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা
ഉദാഹരണം : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়
പര്യായപദങ്ങൾ : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু
അർത്ഥം : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ
ഉദാഹരണം : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়
ഇൻസ്റ്റാൾ ചെയ്യുക