അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
ഉദാഹരണം : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
പര്യായപദങ്ങൾ : পঞ্জীকৰণ, পঞ্জীয়ন
അർത്ഥം : বিশেষ ধৰণৰ বিৱৰণ বা লেখা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা উকা কাগজৰ বহী বিশেষ
ഉദാഹരണം : বেংকৰ সঞ্চালকে চকীদাৰজনক ৰেজিষ্টাৰখন আনিবলৈ কʼলে
പര്യായപദങ്ങൾ : পঞ্জীয়ন বহী
ഇൻസ്റ്റാൾ ചെയ്യുക