അർത്ഥം : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য
ഉദാഹരണം :
প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা
പര്യായപദങ്ങൾ : ৰেখাংকন
അർത്ഥം : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র
ഉദാഹരണം :
শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে
പര്യായപദങ്ങൾ : ৰেখা-চিত্র, ৰেখাংকন
അർത്ഥം : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য
ഉദാഹരണം :
শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে
പര്യായപദങ്ങൾ : ৰেখাংকন