അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ഉദാഹരണം : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
പര്യായപദങ്ങൾ : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
അർത്ഥം : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
ഉദാഹരണം : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
പര്യായപദങ്ങൾ : আকৃতি, ৰচনা
അർത്ഥം : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ഉദാഹരണം : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
പര്യായപദങ്ങൾ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
അർത്ഥം : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
ഉദാഹരണം : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
പര്യായപദങ്ങൾ : ৰজত, ৰূপা
അർത്ഥം : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ഉദാഹരണം :
പര്യായപദങ്ങൾ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
അർത്ഥം : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
ഉദാഹരണം : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
അർത്ഥം : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
ഉദാഹരണം : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
അർത്ഥം : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ഉദാഹരണം : তেওঁৰ ্ কান্তি নিৰুপম
പര്യായപദങ്ങൾ : কান্তি, সৌন্দর্য
ഇൻസ്റ്റാൾ ചെയ്യുക