അർത്ഥം : কৌশলগত ঢঙেৰে
ഉദാഹരണം :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
പര്യായപദങ്ങൾ : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
അർത്ഥം : পৰম্পৰা পালন কৰি
ഉദാഹരണം :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
പര്യായപദങ്ങൾ : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি