അർത്ഥം : এখন ৰাষ্ট্রৰ ৰূপত হোৱা বা কৰা কার্য
ഉദാഹരണം :
স্বাধীনতা লাভ কৰোতেই পাকিস্তানৰ ৰাষ্ট্রীয়কৰণ হʼল কেতিয়াবা কেতিয়াবা কোনো প্রদেশৰ কিছুমান স্বার্থপৰ ্লোকে দ্বাৰা ৰাষ্ট্রীয়কৰণৰ দাবী কৰে
അർത്ഥം : যি কাৰোবাৰ ব্যক্তিগত বা কোনো ব্যক্তি আদিৰ অধিকাৰ আছে তাক সলনি কৰি তাৰ ওপৰত চৰকাৰ বা ৰাষ্ট্রৰ নিয়ন্ত্রণ বা অধিকাৰ স্থাপন কৰা কার্য
ഉദാഹരണം :
বহুতো ব্যক্তিগত বেংকৰ ৰাষ্ট্রীয়কৰণ কৰা হʼল