അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন
ഉദാഹരണം : মোৰ ৰাশি কন্যা
അർത്ഥം : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ഉദാഹരണം : এক কোটি বহুত ডাঙৰ সংখ্যা
പര്യായപദങ്ങൾ : অংক, অঙ্ক, সংখ্যা
അർത്ഥം : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ഉദാഹരണം : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
പര്യായപദങ്ങൾ : গোট, দʼম, সমষ্টি, সমূহ
ഇൻസ്റ്റാൾ ചെയ്യുക