അർത്ഥം : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে
ഉദാഹരണം :
ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত
പര്യായപദങ്ങൾ : বাল্মীকি ৰামায়ণ
അർത്ഥം : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত
ഉദാഹരണം :
এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক
അർത്ഥം : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ
ഉദാഹരണം :
এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে
പര്യായപദങ്ങൾ : ৰামচৰিত মানস, ৰামচৰিতমানস