പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰাজ্য എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰাজ্য   বিশেষ্য

അർത്ഥം : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

ഉദാഹരണം : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

പര്യായപദങ്ങൾ : প্রদেশ

അർത്ഥം : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে

ഉദാഹരണം : খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে

അർത്ഥം : কোনো প্রদেশত বসবাস কৰা লোক

ഉദാഹരണം : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

പര്യായപദങ്ങൾ : প্রদেশ, প্রান্ত

അർത്ഥം : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ഉദാഹരണം : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

പര്യായപദങ്ങൾ : দেশ, প্রদেশ, প্রান্তৰ

അർത്ഥം : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

ഉദാഹരണം : চাৰিওফালে মিছাৰ ৰাজ্য

പര്യായപദങ്ങൾ : দেশ, সাম্রাজ্য, স্থলী

അർത്ഥം : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

ഉദാഹരണം : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

പര്യായപദങ്ങൾ : প্রদেশ