അർത്ഥം : ৰজা-মহাৰজা থকা ধুনীয়া আৰু ডাঙৰ ঘৰ
ഉദാഹരണം :
মহীশূৰত থকা ৰাজপ্রাসাদ আজিও ্ পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থলী
പര്യായപദങ്ങൾ : ৰাজঅট্টালিকা, ৰাজকাৰেং, ৰাজপুৰী, ৰাজপ্রাসাদ, ৰাজমহল, ৰাজহাউলি
അർത്ഥം : ৰাজ্যপাল আদিৰ চৰকাৰী বাসভৱন
ഉദാഹരണം :
ৰাজ্যপালক লগ কৰিবৰ কাৰণে মুখ্যমন্ত্রী ৰাজভৱন পালেগৈ