പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰাইজ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰাইজ   বিশেষ্য

അർത്ഥം : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক

ഉദാഹരണം : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল

പര്യായപദങ്ങൾ : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত

അർത്ഥം : মানুহৰ সমষ্টি বা সমূহ

ഉദാഹരണം : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

പര്യായപദങ്ങൾ : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি

അർത്ഥം : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

ഉദാഹരണം : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

പര്യായപദങ്ങൾ : জনতা, জনমানস

അർത്ഥം : পৃথিৱীত থকা লোক

ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

പര്യായപദങ്ങൾ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ