പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰস എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰস   বিশেষ্য

അർത്ഥം : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ

ഉദാഹരണം : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে

പര്യായപദങ്ങൾ : স্রাৱ

അർത്ഥം : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

ഉദാഹരണം : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

പര്യായപദങ്ങൾ : নি্র্যাস, মন্দ

അർത്ഥം : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ

ഉദാഹരണം : ৰস কেইবাপ্রকাৰৰ আছে

അർത്ഥം : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

ഉദാഹരണം : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

പര്യായപദങ്ങൾ : আনন্দ, মজা

അർത്ഥം : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে

ഉദാഹരണം : নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়

അർത്ഥം : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ഉദാഹരണം : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

പര്യായപദങ്ങൾ : অর্ক, আৰক, নি্র্যাস, মূল, ্সাৰ অংশ