അർത്ഥം : বট গছৰ জাতিৰ এজোপা বৃক্ষ
ഉദാഹരണം :
ৰবৰ গছৰ পৰা গাখীৰৰ দৰে এবিধ বগা আঠালেটীয়া পদার্থ ্ওলায় যাক শুকুৱাই ৰবৰ প্রস্তুত কৰা হয়
പര്യായപദങ്ങൾ : ৰবৰ গছ
അർത്ഥം : ৰবৰ গছৰ পৰা ওলোৱা বগা আঠালেটীয়া ৰস শুকুৱাই তৈয়াৰ কৰা এবিধ পদার্থ
ഉദാഹരണം :
আমাৰ দৈনন্দিন জীৱনত আৱশ্যক হোৱা বহুতো বস্তু ৰবৰৰ পৰা তৈয়াৰ কৰা হয়
അർത്ഥം : পেঞ্চিল আদিৰে লিখা অংশ মোহাৰিব পৰা ৰবৰৰ টুকুৰা বিশেষ
ഉദാഹരണം :
এই ভুল উত্তৰটো ৰবৰেৰে মোহাৰি শুদ্ধ উত্তৰটো লিখা