അർത്ഥം : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
ഉദാഹരണം :
মাংসখিনি ভালদৰে সিজোৱা নাই
പര്യായപദങ്ങൾ : সিজোৱা
അർത്ഥം : আহাৰ প্রস্তুত কৰা
ഉദാഹരണം :
মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
പര്യായപദങ്ങൾ : পকোৱা, পগোৱা, ৰন্ধা-বঢ়া কৰা