അർത്ഥം : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
ഉദാഹരണം :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
പര്യായപദങ്ങൾ : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
അർത്ഥം : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
ഉദാഹരണം :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
പര്യായപദങ്ങൾ : সালসলনি
അർത്ഥം : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
ഉദാഹരണം :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
പര്യായപദങ്ങൾ : অদল-বদল