അർത്ഥം : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, মহাৰাজ, স্বর্গদেউ, ৰাজচক্রৱর্ত্তী
അർത്ഥം : যি কোনো বিশেষ বর্গ, দল, ক্ষেত্র আদিত সর্বশ্রেষ্ঠ
ഉദാഹരണം :
বাঘ বনৰ ৰজা