പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰচনা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰচনা   বিশেষ্য

അർത്ഥം : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

ഉദാഹരണം : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

പര്യായപദങ്ങൾ : আকৃতি, ৰূপ

അർത്ഥം : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

ഉദാഹരണം : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

പര്യായപദങ്ങൾ : নিবন্ধ, প্রবন্ধ, লেখা

അർത്ഥം : অনেক অৱয়বযুক্ত ৰচনা

ഉദാഹരണം : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

പര്യായപദങ്ങൾ : গঠন

അർത്ഥം : সাহিত্য সম্বন্ধীয় কৃতি

ഉദാഹരണം : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

പര്യായപദങ്ങൾ : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

അർത്ഥം : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

ഉദാഹരണം : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

പര്യായപദങ്ങൾ : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

അർത്ഥം : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

ഉദാഹരണം : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে