അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভাৱবোৰ প্রকাশিত নকৰা
ഉദാഹരണം : তেওঁ নিজৰ খঙক ৰখালে
അർത്ഥം : কোনো গতিশীল বস্তুৰ গতি বন্ধ কৰা
ഉദാഹരണം : গাড়ীৰ সন্মুখত হঠাৎ এটা কুকুৰ আহি ওলোৱাত চালকজনে গাড়ীখন ৰখালে
അർത്ഥം : কাৰোবাক আগ বাঢ়িবলৈ নিদিয়া
ഉദാഹരണം : পুলিচে সমদলটোক চকটোতে ৰখাই দিলে
പര്യായപദങ്ങൾ : ৰখাই দিয়া
ഇൻസ്റ്റാൾ ചെയ്യുക