പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰখা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰখা   ক্ৰিয়া

അർത്ഥം : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য

ഉദാഹരണം : চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে

അർത്ഥം : স্থিত কৰা

ഉദാഹരണം : চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়

അർത്ഥം : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা

ഉദാഹരണം : এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে

പര്യായപദങ്ങൾ : সমর্পিত কৰা

അർത്ഥം : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : ৰৈ থকা

അർത്ഥം : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা

ഉദാഹരണം : নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে

അർത്ഥം : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ഉദാഹരണം : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

പര്യായപദങ്ങൾ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা

അർത്ഥം : প্রস্তুত কৰা

ഉദാഹരണം : তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে

അർത്ഥം : বেয়া হʼবলৈ নিদিয়া

ഉദാഹരണം : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

പര്യായപദങ്ങൾ : থোৱা

അർത്ഥം : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য

ഉദാഹരണം : তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে

അർത്ഥം : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

ഉദാഹരണം : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

പര്യായപദങ്ങൾ : ঢলা, থোৱা, বকা