അർത്ഥം : ধন লৈ সম্ভোগ কৰোৱা নাৰী
ഉദാഹരണം :
কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়
പര്യായപദങ്ങൾ : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী
അർത്ഥം : বিবাহ নকৰাকৈ বা এনেয়ে ৰখা স্ত্রী
ഉദാഹരണം :
প্রাচীন কালত কোনো কোনো ৰজাই কেইবাগৰাকীও ৰক্ষিতা ৰাখিছিল
പര്യായപദങ്ങൾ : উপপত্নী