അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ন-ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
ഉദാഹരണം : দিব্যাই দহলৈকে গণনা কৰিব পাৰে
പര്യായപദങ്ങൾ : দশম, দহ
അർത്ഥം : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়
ഉദാഹരണം : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা
പര്യായപദങ്ങൾ : অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
അർത്ഥം : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা
ഉദാഹരണം : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল
പര്യായപദങ്ങൾ : দহ হাজাৰ, ০০০, ১০ হাজাৰ
അർത്ഥം : ন যোগ এক
ഉദാഹരണം : তেওঁ দহ দিন আগতেই ইয়ালৈ আহিছিল
പര്യായപദങ്ങൾ : দহ
അർത്ഥം : দহ লাখ
ഉദാഹരണം : দহ লাখ হেক্টৰ জুৰি এই অঞ্চলটো বিয়পি আছে
പര്യായപദങ്ങൾ : এক মিলিয়ন, দহ লাখ, মিলিয়ন, ০০০০০, ১০ লাখ
അർത്ഥം : দহ হাজাৰ............
ഉദാഹരണം : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে
പര്യായപദങ്ങൾ : এক অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക