അർത്ഥം : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
ഉദാഹരണം :
পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
പര്യായപദങ്ങൾ : অপহৰণকাৰী
അർത്ഥം : অপহৰণ কৰা ব্যক্তি
ഉദാഹരണം :
অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
പര്യായപദങ്ങൾ : অপহৰণ-কর্তা, অপহৰণকাৰী