പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള হৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

হৰা   ক্ৰিয়া

അർത്ഥം : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

ഉദാഹരണം : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

പര്യായപദങ്ങൾ : অপহৰণ কৰা, হৰণ কৰা

അർത്ഥം : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া

ഉദാഹരണം : ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে

അർത്ഥം : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য

ഉദാഹരണം : মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল

പര്യായപദങ്ങൾ : অসফল হোৱা, পৰাজিত হোৱা

അർത്ഥം : প্রচেষ্টা কৰি বিফল হোৱা

ഉദാഹരണം : মই জীৱনত হাৰিছোঁ

പര്യായപദങ്ങൾ : অসফল হোৱা