അർത്ഥം : কোনো কার্যৰ ্বাকী নথকা
ഉദാഹരണം :
আপোনাৰ ভাত খোৱা হʼল নেকি
അർത്ഥം : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
ഉദാഹരണം :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
പര്യായപദങ്ങൾ : সমাবেশ হোৱা
അർത്ഥം : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
ഉദാഹരണം :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
അർത്ഥം : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
ഉദാഹരണം :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
പര്യായപദങ്ങൾ : থকা, স্থিত হোৱা
അർത്ഥം : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
ഉദാഹരണം :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
അർത്ഥം : প্রতিৰূপ হোৱা
ഉദാഹരണം :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে