പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള হৈ-চৈ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

হৈ-চৈ   বিশেষ্য

അർത്ഥം : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

പര്യായപദങ്ങൾ : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, ৰিঙা-ৰোৱা

അർത്ഥം : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ

ഉദാഹരണം : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল

അർത്ഥം : জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা

ഉദാഹരണം : গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল

പര്യായപദങ്ങൾ : হুলস্থূল