അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
ഉദാഹരണം : মেজত থোৱা কিতাপখন কʼত হেৰাল
പര്യായപദങ്ങൾ : উৰা
അർത്ഥം : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
ഉദാഹരണം : মোৰ চাবিপাত হেৰাল
അർത്ഥം : দেখা নোপোৱা
ഉദാഹരണം : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
പര്യായപദങ്ങൾ : হেৰাই যোৱা
അർത്ഥം : যিটো হেৰাইছে
ഉദാഹരണം : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
പര്യായപദങ്ങൾ : নিৰুদ্দেশ
ഇൻസ്റ്റാൾ ചെയ്യുക